অসমৰ চৰকাৰ বিভিন্ন বিভাগত নিবনুৱা যুৱক-যুৱতীৰ বাবে ১,০০,০৪৩ টা চাকৰিৰ খালী পদ Assam Government New 1,00,043 Vacancy in Different Departments

Assam Government New 1,00,043 Vacancy in Different Department

নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে অসমৰ চৰকাৰ বিভিন্ন বিভাগত নিবনুৱা যুৱক-যুৱতীৰ বাবে ১,০০,০৪৩ টা চাকৰিৰ খালী পদ আছে ।

অসম বাজেট ২০২১-২২ ভাষণত  শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপন হৈছে ৰাজ্যখনৰ বাবে এক অন্যতম প্রধান উদ্বেগৰ বিষয় হিচাপে লোৱা দেখা  গৈছে । অসমৰ নিবনুৱা এই সমস্যাটোৰ নেতিবাচক প্রভাৱ হ্রাস কৰাৰ অৰ্থে অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে ২০২১ বৰ্ষৰ ১১ মে’ তাৰিখে অনুষ্ঠিত প্রথম কেবিনেট বৈঠকত চৰকাৰী খণ্ডত ৰাজ্যখনৰ এক লাখ শিক্ষিত যুৱক-যুৱতীক নিযুক্তি প্রদান প্রক্রিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল। এই নিযুক্তি প্রক্রিয়া ক্ষিপ্ৰ কৰাৰ অৰ্থে বিত্ৰ বিভাগত অধ্যক্ষতাত এখন কমিটী গঠন কৰিছে। 

সেই অনুসৰি বৰ্তমান সময়ত প্রয়ােজনীয়তা থকা আৰু প্রয়ােজনীয়তা নথকা দিশটো বিবেচনা কৰি খালী পদৰ বর্তমান স্থিতি সম্পর্কে জনাবলৈ এই কমিটীখনে সকলাে প্ৰশাসনীয় বিভাগক অনুৰােধ কৰিছে।

এতিয়ালৈকে প্রায় অসমৰ চৰকাৰ সকলাে বিভাগে তেওঁলােকৰ বিভাগসমূহত থকা বৰ্তমানৰ খালী পদ সম্পর্কে আৰু প্রয়াজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পর্কে অসমৰ চৰকাৰক অৱগত কৰিছে আৰু প্রায় এক লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ প্ৰস্তাৱ লাভ কৰিছে অসমৰ চৰকাৰে। 

বিভিন্ন বিভাগৰ প্রয়ােজনীয় খালী পদ সম্পর্কে এখন তালিকা তলত গাঠি দিয়া হ’ল—



এতিয়ালৈকে প্রায় অসমৰ চৰকাৰ সকলাে বিভাগে তেওঁলােকৰ বিভাগসমূহত থকা বৰ্তমানৰ খালী পদ সম্পর্কে আৰু প্রয়াজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পর্কে অসমৰ চৰকাৰক অৱগত কৰিছে আৰু প্রায় এক লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ প্ৰস্তাৱ লাভ কৰিছে অসমৰ চৰকাৰে। 

লগতে পঢ়ক ঃ




Post a Comment

Previous Post Next Post