দুৰ্গা পূজা - দুৰ্গা পূজাৰ শুভেচ্ছা বাণী: দুৰ্গা পূজা যাক দুৰ্গোৎসৱ বা শৰোদোৎসৱ বুলিও জনা যায়, দুৰ্গা পূজা হৈছে ভাৰতীয় উপমহাদেশত উদ্ভৱ হোৱা এক বাৰ্ষিক হিন্দু উৎসৱ যি হিন্দু দেৱী দুৰ্গাক সন্মান কৰে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
দুৰ্গা পূজা ভাৰতৰ বিহাৰ, পশ্চিম বংগ, অসম, উৰিষ্যা, ত্ৰিপুৰা আৰু বাংলাদেশ দেশত বিশেষভাৱে জনপ্ৰিয় আৰু পৰম্পৰাগতভাৱে উদযাপন কৰা হয়। এই উৎসৱ ভাৰতীয় কেলেণ্ডাৰ মাহ অশ্বিনত পালন কৰা হয়, যি গ্ৰেগৰিয়ান বৰ্ষপঞ্জীত ছেপ্টেম্বৰ-অক্টোবৰৰ সৈতে খাপ খায়, আৰু ই এক দহ দিনীয়া উৎসৱ, যাৰ ভিতৰত অন্তিম পাঁচটা গুৰুত্বপূৰ্ণ।
দুৰ্গা পূজা ঘৰ আৰু ৰাজহুৱাভাৱে সম্পন্ন কৰা হয়, পিছৰটোত অস্থায়ী মঞ্চ আৰু গাঁথনিগত সজ্জা (পেণ্ডেল বুলি জনা যায়)। উৎসৱটো শাস্ত্ৰৰ আবৃত্তি, প্ৰদৰ্শন কলা, আনন্দ, উপহাৰ দিয়া, পৰিয়ালৰ ভ্ৰমণ, ভোজ আৰু ৰাজহুৱা শোভাযাত্ৰাৰ দ্বাৰাও চিহ্নিত কৰা হয়। হিন্দু ধৰ্মৰ শক্তিবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ।
দুৰ্গা পূজাৰ শুভেচ্ছা বাণী
দুৰ্গা পূজা, যাক দুৰ্গোৎসৱ বুলিও জনা যায়, দুৰ্গোৎসৱ হৈছে পাঁচ দিনীয়া উৎসৱ য'ত ভক্তসকলে দেৱী দুৰ্গাক উপাসনা কৰে, আৰু এই পাঁচদিন হৈছে শাষ্টি, মহা সপ্তমী, মহা অষ্টমী, মহা নৱমী, আৰু বিজয়া দশমী। উৎসৱৰ অন্তিম দিনটোত, দুৰ্গা বিসৰ্জন অনুষ্ঠিত হয় আৰু ভক্তসকলে দেৱীৰ মূৰ্তিটো পানীত ডুবাই উদযাপন সমাপ্ত কৰে।
আজি দুৰ্গা পূজা উদযাপন আৰম্ভ হোৱাৰ লগে লগে, এই শুভ দুৰ্গা পূজা Durga Puja 2022 Wishes, Images, Status বন্ধু আৰু পৰিয়ালৰ সৈতে ভাগ বতৰা কৰক।
শুভ দুৰ্গা পূজা ২০২২ || দুৰ্গা পূজা শুভেচ্ছা || দুৰ্গা পূজাৰ শুভেচ্ছা বাণী
আজি দুৰ্গা পূজা উদযাপন আৰম্ভ হোৱাৰ লগে লগে, এই শুভ দুৰ্গা পূজা দুৰ্গা পূজা শুভেচ্ছা বন্ধু আৰু পৰিয়ালৰ সৈতে ভাগ বতৰা কৰক। শুভ দুৰ্গা পূজা ২০২২ শুভেচ্ছা:
আপোনাক আৰু আপোনাৰ পৰিয়ালক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো।
শুভ দুৰ্গা পূজা আনন্দময় হওক আৰু আনন্দময় দুৰ্গা পূজাৰ শুভেচ্ছা সকলো প্ৰিয়জনক জনালো।
শাৰদীয় দুৰ্গা পূজাৰ হিয়াভৰা শুভকামনা জাছিলো... আশা কৰো যাতে মা দূর্গাৰ আশীৰ্বাদ সকলোৰে লগত থাকে । দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ...Happy Durga Puja 2022
সমূহ ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। দুৰ্গতি নাশিনী দেৱী দুৰ্গাই আমাৰ সমাজৰ সকলো অসূয়া অমংগল দূৰ কৰি দেশত শান্তি-সমৃদ্ধি প্ৰতিষ্ঠা কৰক। মা দুৰ্গাৰ ওচৰত এয়াই প্ৰাৰ্থনা জনাইছো।
শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ...
|| দুৰ্গা পূজা হোৱাটছএপ ভিডিঅ' ডাউনলোড ||
দুৰ্গা পূজা শুভেচ্ছাঃ অসমীয়াত দুৰ্গা পূজাৰ শুভেচ্ছা
হাঁহিৰ বেলুনবোৰ উৰি ফুৰক সদায় নীল আকাশত ৷ মানুহবোৰ সুখীহৈ থাকক মনৰ জোখত ৷ সেউজীয়া পৃথিৱীৰ মানুহৰ মনবোৰো চিৰসেউজ হোৱাৰ যাত্ৰা এই পূজাৰ পৰাই আৰম্ভ হওঁক ৷ সকলোলৈকে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ৷
...শৰৎ আহিলে শেৱালি ফুলিলে আহিনৰ আকাশত মেঘে নাচিলে..."সদৌটিলৈকে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ।..........Happy Durga Puja
দূৰ্গা পূজা উপলক্ষে মোৰ মৰমৰ তথা শ্ৰদ্ধাৰ সকলো বন্ধুলৈ দূৰ্গা পূজাৰ শুভেচ্ছা জনালো ।
Happy Durga Puja My Dear and My Respected Friends...
দুৰ্গা পূজাৰ শুভেচ্ছা বাণী ২০২২
সকলোলৈকে দূৰ্গতি নাশিনী দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ |
মা দূৰ্গাৰ কৃপাত সমাজৰ সকলো অপশক্তিৰ বিনাশ হৈ সকলোৰে মাজত সম্প্ৰীতি আৰু সদভাৱ উদয় হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাইছোঁ |......
মোৰ সকলো বন্ধুসকললৈ শাৰদীয় দুৰ্গা পুজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ ।এই শাৰদীয় দুৰ্গা পুজাই সকলো জাতি ধৰ্মৰ মাজত হিংসা বিদ্বেষ নাইকিয়া কৰি মৰম চেনেহ প্ৰেম আৰু ভাতৃত্ববোধ এনাজৰীডাল কটকটীয়া কৰি তোলক তাৰ কামনা কৰিলোঁ..
শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো |পূৰ্ণ হওক সকলো ইচ্ছা | আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালো ।
আটাইলৈ শাৰদীয় দুৰ্গা পুজাৰ শুভেচ্ছা জনালো আশা কৰিছো আমাৰ মাজত অতুত থাকক শান্তি সমন্বয় আৰু ভাতৃত্ববোধ। ধংস হওঁক সমাজৰ অপ শক্তি বোৰ।
আপোন সকলোলৈকে দুৰ্গা পুজাৰ শুভেচ্ছা থাকিল৷ সকলোৰে জীৱনবোৰ দুৰ্গা মাই সুখী কৰি তোলক,তাৰেই কামনা কৰিলো ৷
দুৰ্গা পূজা হোৱাটছএপ ভিডিঅ' ডাউনলোড Durga Puja WhatsApp Status Video
#Click Here: Download Durga Puja WhatsApp Status Video.
পূজাৰ নামত অকালতে যমৰ আলহী হোৱা নিষ্পাপ জীৱ জন্তুৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে কাতৰ প্ৰাৰ্থনা জনাইছোঁ | আজিৰ দিনত বলি বিধানৰ মাধ্যমেৰে ভগৱানক সন্তুষ্ট কৰাৰ ধাৰণা মুঠেই সমৰ্থন যোগ্য নহয় | ইয়াৰ বিপৰীতে মানুহৰ মনৰ মাজত থকা লোভ মোহ কাম ক্ৰোধ ইত্যাদি অনিষ্টকাৰী ৰিপুসমুহ নাশ কৰিব পাৰিলেহে সমাজত সকলোৰে মাজত শান্তি শৃংখলা অটুট থাকিব | গতিকে আহক দেৱীৰ পূজাৰ নামত আমি আমাৰ মনৰ মাজত থকা অনিষ্টকাৰী ৰিপু সমুহ বলিদান হিচাপে আগবঢ়াও...জয় মা দূৰ্গা...
|| দুৰ্গা পূজা হোৱাটছএপ ভিডিঅ' ডাউনলোড ||