অসম পলিটেকনিক নামভৰ্তি পৰীক্ষা ২০২২ | Assam Polytechnic Admission Test byAssam Browser •May 12, 2022 অসম পলিটেকনিক নামভৰ্তি পৰীক্ষা ২০২২ঃ অসম পলিটেকনিক নামভৰ্তি পৰীক্ষা হৈছে ৰাজ্যিক পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা। এই পৰীক্ষাৰ জৰিয়তে, শিক্ষাৰ্থীসকলে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ ৩ বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমত নামভৰ্তি কৰে। কাৰিকৰী শিক্ষা সঞ্চালকালয় অ…