ৰঙালী বিহুৰ শুভেচ্ছা [ Rongali Bihu Wishes in Assamese ]

ৰঙালী বিহুৰ শুভেচ্ছা ঃ অসমৰ অন্যতম জনপ্ৰিয় উৎসৱ হৈছে বহাগ বিহু বা ৰঙালী বিহু। ইয়াক অসমীয়া মাহ চ'ত (এপ্ৰিল)ৰ অন্তিম দিনৰ পৰা বহাগ নামৰ নতুন অসমীয়া মাহ উদযাপন কৰা হয়। মাহৰ প্ৰথম দিনৰ পৰা ব'হাগ, অসমীয়া নৱবৰ্ষ আৰম্ভ হয়।

{getToc} $title={Table of Contents}

ইয়াত আপুনি আপোনাৰ বহাগ বিহুৰ বা ৰঙালী বিহুৰ শুভেচ্ছা প্ৰকাশ কৰিবলৈ তলত বহাগ বিহুৰ ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভেচ্ছা ছবি ভাগ বতৰা কৰিছো । এই শুভ বহাগ বা ৰঙালী বিহু, শুভকামনা, আৰু উদ্ধৃতিবোৰে আপোনাক আপোনাৰ নতুন বছৰৰ আকাংক্ষাবোৰ বজাই ৰাখিবলৈ মনত পেলাই দিব।

ৰঙালী বিহুৰ শুভেচ্ছা বাণী  ২০২২


বহাগ বিহু, আপোনাৰ জীৱনক মৰম আৰু সুখেৰে ভৰাই তুলিব। ইয়াত আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো ।

বহাগ বিহু বা ৰঙালী বিহুৰ শুভেচ্ছা 

আপোনালোকৰ বেছিভাগেই ২০২৫ চনৰ বিহু উৎসৱক লৈ অতি উৎসাহিত ? এজন অসমীয়া হিচাপে, মইও তেওঁলোকৰ মাজৰ এজন যি বিহু উৎসৱ দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

এজন অসমীয়া হোৱাৰ বাবে, আমি জানো যে এই বিহুয়ে আমাৰ জীৱনলৈ নতুন ৰং কঢ়িয়াই আনিছে। গতিকে এই পোষ্টটোত, আমি আপোনাক সৰ্বশ্ৰেষ্ঠ ৰঙালী বিহুৰ শুভেচ্ছা বাণী  লিখনি চেয়াৰ কৰিছো যিটো আপুনি আপোনাৰ পৰিয়ালৰ প্ৰিয়জনৰ সৈতে ভাগ বতৰা কৰিব পাৰে।

অসমীয়া নৱবৰ্ষৰ লগতে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

বসন্তৰ আগমনত, কুলিৰ মাতত, ঢোলৰ চাপৰে, পেপাঁৰ লহৰৰে কপৌ ফুলৰ সুগন্ধৰে, জীৱন ৰঙালী হৈ পৰক তাৰে কামনাৰে.....ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ ।


সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।


বহাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ; অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ। ” --ড° ভূপেন হাজৰিকা

 

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ হওঁক সকলোৰে জীৱন, তাৰেই আন্তৰিক কামনাৰে…

ৰঙালী বিহুৰ শুভেচ্ছা২০২৫ 

ৰঙালী বিহুৰ শুভেচ্ছা বাণী  ২০২২


ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জাচিলোঁ আৰু বছৰটো কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি ।

 

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক কামনাৰে.


বহাগ, ব্ৰহ্মপুত্ৰ আৰু বৰাক-- অসমীয়া জাতিৰ প্ৰথম পৰিচয় । এই নতুন বহাগে সকলোলৈ কঢ়িয়াই আনক- সুখ, শান্তি আৰু সমৃদ্ধি । তাৰেই কামনা কৰি সকলোলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো ।


সকলোলৈ বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ । বিহুটিয়ে শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব ।

শুভ ৰঙালী বিহুৰ শুভেচ্ছা বাণী  

 ৰঙালী ৰঙেৰে উপচি পৰক আগন্তুক দিনবোৰ, তোমালৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি তাৰে কামনাৰে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 


অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰ কামনা কৰিলো।


বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি আঁচলৰ ধন, এনোৱা বিহুটি এৰিব নোৱাৰো বান্ধিব নোৱাৰো মন।।" সমূহ ৰাইজলৈ পবিত্ৰ গৰু বিহু আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। এই ৰঙালীৰ ৰঙেৰে যাতে সকলোৰে জীৱন ৰঙীন হৈ পৰে তাৰে কামনা কৰিলো।


সকলোকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ । 


তোমালৈ বহাগ বিহুৰ শুভ কামনা জনালোঁ । 


বিহু আনন্দীয়া বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰাণ; এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান। 

গতে পঢ়কঃ

Post a Comment

Previous Post Next Post