ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ২০২৩ Happy New Year 2023 Wishes in Assamese নতুন বছৰৰ শুভেচ্ছা

ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা: ১ জানুৱাৰী এইটো আকৌ বছৰটোৰ সেই সময় আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালক নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ সময়। পাৰ হৈ যোৱা বছৰটোক বিদায় দিবলৈ আৰু আহিবলগীয়া নতুনজনক নমস্কাৰ জনাবলৈ। এইটো এটা দীঘলীয়া আৰু কঠিন বছৰ আছিল, কিন্তু পৰৱৰ্তী সময়ত কি আহিব তাৰ বাবে আমি অপেক্ষা কৰিব নোৱাৰো।

ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ২০২৩ || নতুন বছৰৰ শুভেচ্ছা || Happy New Year 2023 Wishes in Assamese

গতিকে নিশ্চিত কৰক যে আমি এই নতুন বছৰলৈ যাওঁতে আপোনাৰ প্ৰিয়জনক আপোনাৰ নতুন বছৰৰ শুভেচ্ছা আৰু উৎসাহ প্ৰেৰণ কৰিবলৈ আপুনি অলপ সময় ল'ব। এই পোষ্টটোত ২০২৩ চনৰ নৱবৰ্ষৰ শুভেচ্ছা  ভাগ বতৰা কৰিছো ।

ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ২০২৩

পুৰণি বছৰৰ দুখ-কষ্ট পৰিহাৰ কৰি ন ন ৰঙেৰে উদ্ভাসিত হৈ উঠক আপোনালোকৰ জীৱন, তাৰে কামনা কৰি পুন প্ৰথমে আমাৰ অসমীয়া ভাষাৰ ৱেবছাইট  assambrowser.in ৰ ফালৰ পৰা আপোনালোকৰলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 

আজিৰ আমাৰ এই পোষ্টটোত আপোনালোকৰ বাবে আমি লৈ আনিছোঁ কেইটামান  ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ২০২৩, Happy New Year 2023 Wishes in Assamese, নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৩ আগবঢ়াইছোঁ ।

$ads={1}

ইংৰাজী নৱবৰ্ষৰ অলেখ শুভকামনা যাচিলো ....…..........আশা কৰো আগন্তুক বৰ্ষটো উচাহ উদ্দীপনাৰে ভৰি পৰক 


সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰটোৱে সকলোৰে জীৱনলৈ শান্তি, সম্প্ৰীতি কঢ়িয়াই আনি গঢ়ি তোলক এখন ভাতৃত্ববোধৰ সমাজ। ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে সেয়াই কামনা কৰিলোঁ ।


অনাগত দিনবোৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ ,শান্তি আনন্দৰ বতৰা ৷ তাৰে কামনাৰে আগতীয়াকৈ নববৰ্ষ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷


নতুন বছৰত, নতুন আশাৰে প্ৰতিটো দিন, প্ৰতিতো ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‍‌ক্ষণ সুখৰ হওঁক, সফলতাৰে ভৰি পৰক। তাৰে কামনাৰে সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।


আগন্তক নতুন বছৰৰ শুভকামনা জনালোঁ । নতুন বছৰে সকলোৰ বাবে নতুন আশা নতুন প্ৰাণ নতুন সুৰে নতুন গান হওক । 

 

Happy New Year 2023 Wishes in Assamese -  নতুন বছৰৰ শুভেচ্ছা

বন্ধু বান্ধৱী সকল আজিৰ আমাৰ এই পোষ্টটোত আপোনালোকৰ বাবে আমি লৈ আনিছোঁ কেইটামান নতুন বছৰৰ কেইটামান  নৱবর্ষৰ শুভেচ্ছা বাণী অসমীয়া ভাষাত, এই নতুন বছৰৰ শুভেচ্ছা বাণী সমূহ আপুনি আপোনালোকৰ বন্ধু, বান্ধৱী, ভাই, ভনী, দাদা, মা, দেউতা, লগত শ্বেয়াৰ কৰিব পাৰিব।

ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ২০২৩, নতুন বছৰৰ শুভেচ্ছ, Happy New Year 2023 Wishes in Assamese

$ads={2}

তোমালৈ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো - Happy New Year 2023


তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী। কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ’বলগীয়া নহয়। তাৰেই আঁশাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো।


নতুন বছৰটিয়ে তোমাৰ জীৱনলৈ নতুন সফলতা কঢ়িয়াই আনে তাৰে কামনাৰে HAPPY NEW YEAR 2023


ভালে থাকা বন্ধু তুমি, ভালে ৰাখা মন,যদি মনে বিচাৰে তেনেহলে মোক কৰিবা স্মৰণ | Happy New Year 2023


নতুন বৰ্ষ ২০২৩ য়ে তোমাৰ জীৱনলৈ বহুত বহুত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনাৰে HAPPY NEW YEAR 2023


তোমালৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷ নতুন বছৰে কঢ়িয়াই আনক সুখ,শান্তি আৰু সমৃদ্ধিৰ বতৰা ৷ তাৰেই কামনাৰে HAPPY NEW YEAR 2023


তোমাৰ সকলো আশা পূৰণ হওঁক,সকলো সপোন সত্য হওঁক, তাৰেই কামনাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ।

২০২৩ নতুন বছৰৰ শুভেচ্ছা বাণী

আপোনালৈ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো । নতুন বছৰত প্ৰতিটো সপোন বাস্তৱায়িত কৰাত ভগৱানে সহায় কৰক । পুৱাবেলা সূৰুযৰ ৰাঙলী ৰহনে পৃথিৱীৰ আন্ধাৰ নাশ কৰাৰ দৰে আপোনাৰো জীৱনৰ অমানিশা বিলাক নাশ কৰি জীৱনৰ প্ৰতিটো পল একাজলী হাঁহিৰে উপচি পৰক... তাৰ কামনাৰে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷আশা কৰো নতুন বছৰটিয়ে সকলোলৈকে কঢ়িয়াই আনক সুখ,শান্তি আৰু সু-স্বাস্থ্য গৰাকী ৷


পাৰ হৈ যোৱা বছৰলৈ উভতি চাই আৰু নতুন বছৰত ভৰি দিওতে দিয়া খোজটোয়ে সপোনবোৰ পূৰণ কৰোঁতে আগবাঢ়ি যাবলৈ সাজু হৈছোঁ। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা যাঁছিলো।

 

নতুন বছৰৰ বহুত বহুত শুভ কামনা যাছিলো। আশা কৰোঁ আগন্তক বছৰত আপোনাৰ সপোনবোৰ পূৰ্ণ হওঁক।


এই নৱবৰ্ষত তোমাৰ জীৱনৰ লক্ষ্যত উপনীত হব পাৰিবলৈ অন্তৰৰ পৰা নতুন বছৰৰ শুভ কামনা জনালো।


নৱবৰ্ষৰ শুভেচ্ছা যাছিলো । নতুন বছৰটোৱে কঢ়িয়াই আনক সুখ আৰু আনন্দৰ বতৰা । এই কামনাৰেই - HAPPY NEW YEAR 2023

 

Post a Comment

Previous Post Next Post